CLICK HERE
1.আহোম ৰাজ্যৰ প্ৰতিস্থাপক কোন ?
Who is the founder of Ahom Kingdom?
-> চুকাফা(Sukapha)
2. চুকাফাই কিমান চনত অসমলৈ আহে?
When did Sukapha came to Assam?
-> 1228
3.আহোম ৰাজ্যৰ ৰাজধানী কি আছিল?
Which was the kingdom of Ahom Dynasty?
-> চৰাইদেউ ( Charaideu)
4.বামুনী কোঁৱৰ বুলি কাক জনা যায় ?
Who was known as "Bamuni Konwar"?
-> চুদাংফা ( Sudangpha)
5.কোনজন মুছলিম আক্ৰমণকাৰীয়ে প্ৰথম অসম আক্ৰমণ কৰে ? ( Who was the first Muslim invedor of Assam?
-> তুৰ্বক ( Turbak)
6. তুৰ্বক খানে কিমান চনত অসম আক্ৰমণ কৰে?
In Which year Turbak Khan invaded Assam?
->1532
7.কোনজন আহোম ৰজাক " দিহিঙীয়া ৰজা " বুলি জনা যায়? Which Ahom king was known as" Dihingia Roja"?
->চুহুংমুং ( Suhungmung)
8. তুৰ্বক খানক কোনে পৰাস্ত কৰে ? Who defeated Turbak Khan?
->চুহুংমুং ( Suhungmung)
9.কোনে প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে? Who take Tittle Swarganarayan first?
-> চুহুংমুং ( Suhungmung)
10.চুহুংমুঙে চুতীয়া ৰাজ্য দখল কৰি তাৰ শাসনৰ বাবে কোনটো পদবী উলিয়াই ? ( Which rank was created by Suhungmung after inclusion of Chutia kingdom to Ahom kingdom for administration of it?)
->শদিয়াখোৱা গোঁহাই ( SadiyaKhowa Gohain)
11.চুহুংমুঙে কছাৰী ৰাজ্য দখল কৰি তাৰ শাসনৰ বাবে কোনটো পদবী উলিয়াই ? ( Which rank was created by Suhungmung after inclusion of Kashari kingdom to Ahom kingdom for administration of it?)
-> মৰঙীখোৱা গোঁহাই ( Morongikhowa Gohain)
12.শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্ম কথা কোনজন আহোম ৰজাৰ কালত লিখা? (In which Ahom King's period the book "Sri Sri Swarganarayanor Janma kotha" was written ?)
-> চুহুংমুং ( Suhungmung)
13.গড়গঞা ৰজা বুলি কাক জনা জায় ?Which Ahom king was known as "Gorgya Raja"?
->চুক্লেংমুং (Suklengmung)
14.মূদ্ৰাৰ প্ৰচলন কৰাপ্ৰথম আহোম ৰজা কোন আছিল ? Which Ahom king first initiated coins?
-> চুক্লেংমুং (Suklengmung)
15.আহোম মূদ্ৰা সমূহৰ আকৃতি আছিল The shape of Ahom coins were-
->অষ্টভূজ ( Octagonal)
16."নগা আলি " নিৰ্মান কৰে (Naga Ali constructed by )-
-> চুক্লেংমুং (Suklengmung)
17. মাজুলীৰ সন্ধি কাৰ কাৰ মাজত হৈছিল - Treaty of Majuli signed between
->চুখামফা আৰু নৰনাৰায়ণ ( Sukhampha and Naranarayan )
18.মাজুলীৰ সন্ধি কোন চনত স্বাক্ষৰিত হয় (In which year Treaty of Majuli Signed ?)
->1563
19.আহোম সাম্ৰাজ্যৰ "চাৰিঙীয়া" ফৈদৰ প্ৰতিস্থাতা ( Founder of the "Charigiya" branch of Royal Ahom Dynasty-
-> চুৰেং দেুও ৰজা (Sureng Deo Raja)
20."খোৰা ৰজা" বুলি কোন জন আহোম ৰজাক জনা যায় ( Which Ahom king was known as Khora Raja ?)
->চুখামফা ( Sukhampha)
21. প্ৰতাপ সিংহৰ পূৰ্বৰ নাম কি আছিল ? ( Earlier name of Ahom king Pratap Singha) -
-> চুচেংফা ( Sunsengphaa ) আৰু লাঙি গোঁহাই ( Langi Gohain )
22.বৰফুকন আৰু বৰবৰুৱা উপাধি দুটা কোনে উলিয়াই ? (Who created the posts Borphukan and Borboruah?)
-> প্ৰতাপ সিংহ ( Pratap Singha )
23. গড়গাঁও পুখুৰী কাৰ দিনত খন্দা হৈছিল "Gorgaon Pukhuri was dug during the reign of -
-> চুক্লেংমুং ( Suklengmung)
24.বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায় ( Who is known as "Buddhi Swarganarayan"? )
-> প্ৰতাপ সিংহ (Pratap Singha)
25.পাইক প্ৰথা কোনে প্ৰচলন কৰে ( Pyke System was launched by ) -
-> প্ৰতাপ সিংহ (Pratap Singha)
26.জাগিয়াল গোহাঁই , কাজলমুখীয়া গোহাঁই আদি পদবী বোৰ কোনে উলিয়াই ? ( Jagiyal Gohain, Kajalmukhiya Gohain posts are created by)-
-> প্ৰতাপ সিংহ (Pratap Singha)
27. "বুঢ়া ৰজা" বুলি কাক জনা যায় ? ( The Ahom king known as "Burha Roja" ) -
-> প্ৰতাপ সিংহ ( Pratap Singha )
28." ভগা ৰজা " বুলি কাক জনা যায় ( Which Ahom king was known as "Bhoga Roja" ?)
-> জয়াদিত্য সিংহ ( Jayadhwaj Singha )
29.কোচ - হাজোৰ ৰজা " পৰিক্ষীত নাৰায়ণৰ " জীয়ৰী "মঙলদহি" ক কোনে বিয়া কৰাইছিল ? Who married Mangaldahi , the daughter of Koch - Hajo king Parikshit Narayan -
-> প্ৰতাপ সিংহ (Pratap Singha)
30. জয়াদিত্য সিংহৰ প্ৰকৃত নাম কি ( What is the actual name of Jayaditya Singha?)
-> চুৰামফা ( Surampha )
31. "নৰিয়া ৰজা" বুলি কোন জন আহোম ৰজাক কোৱা হয় ? ( Which Ahom king was known as " Nariya Roja" ?)
-> চুত্যিনফা (Sutyinpha)
32.জয়ধ্বজ সিংহৰ প্ৰকৃত নাম কি ? ( What was the actual name of Jayadhwaj Singha ?)
-> চুতামালা ( Sutamala)
33. " ভগনীয়া ৰজা " বুলি কোন জন আহোম ৰজাক জনা যায় ? ( Which Ahom king was known as Bhogoniya Roja ?)
-> জয়ধ্বজ সিংহ ( Jayadhwaj Singha )
34.কাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰি গড়গাঁও নিজৰ দখলত নিয়ে ? ( In which Ahom king's reign Mirjumla attacked Assam and occupied Gorgaon ?)
-> জয়ধ্বজ সিংহ ( Jayadhwaj Singha )
35. মিৰজুমলাই কোন চনত অসম আক্ৰমণ কৰে ?
(When did Mir Jumla indaded Assam ?)
-> 1662 ৰ জানুৱাৰীত ( January, 1662)
36. কোন চনত "ঘিলাধাৰীঘাটৰ সন্ধি" স্বাক্ষৰিত হয় ? ( When did the "Treaty of Ghiladharighat" was signed ?)
-> 23 জানুৱাৰী , 1663 ( 23 rd January , 1663 )
37."ঘিলাধাৰীঘাটৰ সন্ধি" কাৰ কাৰ মাজত স্বাক্ষৰিত হয় ? ( Between Whom " The Treaty of Ghiladharighat " was signed ? )
-> জয়ধ্বজ সিংহ আৰু মিৰজুমলা ( Jayadhwaj Singha & Mir Jumla )
38.মিৰজুমলাৰ হাতৰ পৰা গুৱাহাটী কোনে উদ্ধাৰ কৰে? ( Who took back Guwahati from Mir Jumla ? )
-> চক্ৰধ্বজ সিংহ ( Chakradhwaj Singha )
39.চক্ৰধ্বজ সিংহৰ প্ৰকৃত নাম কি ? ( What is the actual name of Chakradhwaj Singha ?)
->চুপাংমুং ( Supangmung )
40.ঔৰংগজেৱে চক্ৰধ্বজ সিংহলৈ প্ৰেৰণ কৰা উপহাৰ বিধ কি আছিল ? ( What was the gift sent by Aurangzeb to Chakradhwaj Singha ?)
-> খেলত ( Khelat )
41.আলাবৈৰ ৰণ কাৰ দিনত হৈছিল ? In Which of the Ahom king's reigning period " The Battle of Alaboi " was happend ?
->চক্ৰধ্বজ সিংহ ( Chakradhwaj Singha )
42. " আলাবৈৰ ৰণ " কোন চনত হৈছিল ? ( In which year " The Battle of Alaboi " was happend ? )
-> 5 আগষ্ট , 1669 ( 5 August ,1669 )
43.আলাবৈৰ ৰণত ক্ৰমে আহোম আৰু মোগলক কোনে নেতৃত্ব দিছিল ? ( Who led Ahom & Mughal respectively in Alaboi's War ?)
-> ক্ৰমে লাচিত বৰফুকন আৰু ৰাম সিংহই ( Lachit Borphukan and Ram Singha respectively )
44.আলাবৈৰ ৰণত কোন জয়ী হৈছিল ? ( Who won "The Battle of Alaboi" ? )
-> মোগল জয়ী হয় । এই যুদ্ধত প্ৰায় 10,000 অসমীয়া সেনাৰ মৃত্যু হয় ।
45."অসুৰৰ আলি সন্ধি " কাৰ মাজত হৈছিল ? ( Between whom " The Treaty of Ashurar Ali " was signed ?)
->মোগলৰ ফৌজদাৰ " আল্লাহ য়াৰ খান " আৰু আহোমৰ সেনাপতি "মোমাই তামুলী বৰবৰুৱা" ৰ মাজত ( Between Mughal Foujdar " Allah Yar Khan " & Ahom commender "Momai Tamuli Borborua" )
46." অসুৰৰ আলিৰ সন্ধি " কোন চনত কৰা হয়? ( In Which year "The Treaty of Ashurar Ali " was signed ? )
->1639 ৰ ফেব্ৰুৱাৰীত ( February , 1639 )
47." শৰাইঘাটৰ যুদ্ধ " কিমান চনত হৈছিল? In which year " Battle of Sharaighat " was happend ?
-> 1671 চনত ( In 1671 )
48." শৰাইঘাটৰ ৰণ "ৰ সময়ত আহোম ৰজা কোন আছিল ?( Who was the Ahom king during the time of " Battle of Sharaighat " ?)
-> উদয়াদিত্য সিংহ (Udayaditya Singha)
49.লাচিত বৰফুকনৰ জন্ম কোন চনত হৈছিল ? ( When did Lachit Borphukan born ?)
->1622
50.উদয়াদিত্য সিংহৰ প্ৰকৃত নাম কি ? (What was the actual name of Udayaditya Singha ?)
-> চুন্যাতফা ( Sunyatpha )
51.উদয়াদিত্য সিংহ কাৰ অনুগামী আছিল ? To whom Udayaditya Singha was devoted ?
-> পৰমানন্দ সন্যাসী ( Paramananda Sanyasi)
52.ৰামধ্বজ সিংহৰ প্ৰকৃত নাম কি ? ( What is the actual name of Ramdhwaj Singha ?)
-> চুকলামফা ( Suklampha )
53.আহোমৰ " তুংখুঙীয়া " ফৈদৰ প্ৰতিস্থাতা কোন ? (Who was the founder of " Tungkhungia " lineage of Ahom Dynasty?)
-> চুতেং নামৰূপীয়া ৰজা (Suteng Namrupiya Raja)
54.তুংখুঙীয়া ফৈদৰ প্ৰথম আহোম ৰজা কোন ? ( Who was the first Ahom king from Tungkhungia lineage ?)
-> গোৱৰ ৰজা (Gobar Raja) মাত্ৰ 20 দিনৰ বাবে (Only for 20 days)
55. গোৱৰ ৰজাক কোনে হত্যা কৰে ? ( Who killed Gobar Raja ?)
->আতন বুঢ়াগোহাঁই (Atan Burhagohain)
56.গোৱৰ ৰজাক কোনে নিযুক্ত কৰে ? ( Who installed Gobar Raja as king? )
-> দেবেৰা বৰবৰুৱা ( Debera Borborua )
57.পৰ্বতীয়া ৰজা বুলি কাক জনা যায় ? ( Which Ahom king was known as Porbotiya Roja ? )
->চুদাইফা ( Sudaipha )
58.কাৰ দিনত লালুকসোলা বৰফুকনে গুৱাহাটীখন মোগলক দি দিয়ে ? ( In which Ahom King's period Laluksola Borphkan handed over Guwahati to Mughal ?)
-> চুদাইফা ( Sudaipha )
59. " ল'ৰা ৰজা " বুলি কাক জনা যায় ? ( Which Ahom king was Known as "Lora Roja"?)
-> চুলিকফা ( Sulikpha) মাত্ৰ 14 বছৰ বয়সত ৰজা হয় । ( Became king in only 14 years of his age)
60. "ৰত্নধ্বজ সিংহ" ৰ প্ৰকৃত নাম কি ? ( What is the actual name of " Ratnadhwaj Singha " ? )
->চুলিকফা ( Sulikpha )
0 Comments