1. উক্ত সময়ছোৱাক " তাম্ৰ- প্ৰস্থৰ যুগ " কিয় কোৱা হৈছিল ? ( Why this period was called as " Chalcolithic Period " ?)
-> কাৰণ সেই সময়ত তাম আৰু শিলৰ আহিলা ব্যৱহাৰ কৰা হৈছিল । ( Because in this period many tools of Copper & Stones were used )
2. বনাস উপত্যকা সংস্কৃতি কোন খন ৰাজ্যৰ ? ( Banas valley culture was included to which state ?)
-> দক্ষিণ - পূৱ ৰাজস্থান ( South - East Rajasthan )
3. মালৱা সংস্কৃতি কোন ৰাজ্যৰ আছিল ? ( Malwa culture was included to which state ?)
-> পশ্চিম মধ্য প্ৰদেশ ( West M.P. )
4. জোড়ৱা সংস্কৃতি কোন ৰাজ্যৰ আছিল ? ( Jorwa culture was included to which state ?)
-> পশ্চিম মহাৰাষ্ট্ৰ ( West Maharashtra )
5. বনাস উপত্যকা সংস্কৃতিৰ মূল ঠাই আছিল - ( Main places of Banas Valley Culture - )
-> আহাৰ ( Ahar) , গিলুণ্ড (Gilund ) , বালাথান ( Balathan )
6. মালৱা সংস্কৃতিৰ মূল ঠাই আছিল - ( Main places of Malwa Culture - )
-> কায়থা ( Kaitha ) , এৰণ ( Aron ) , নবদাটোলী (Navdatoli) , মহেশ্বৰ ( Maheswar )
7. " তাম্ৰৱতী " বুলি কোনখন ঠাইক জনা গৈছিল ? (Which place was known as " Tambrawati" ?)
-> আহাৰ ( Ahar )
8. তাম্ৰ প্ৰস্থৰ কালৰ অগ্নিকুণ্ডৰ সাক্ষী ক'ত পোৱা গৈছে ? (Where a evidence of Firepit if found ? )
-> গিলুণ্ড (Gilund)
9.তাম্ৰপ্ৰস্থৰ কালৰ গৃহ বন্দীৰ ব্যৱস্থা ক'ত আছিল ? ( Where the process of Home imprisonment was found ? )
-> এৰণ ( Aron )
10. তাম্ৰ প্ৰস্থৰ কালত কাপোৰৰ প্ৰিন্টিং তথা ৰং কৰা ব্যৱস্থাৰ উমান কোন খন ঠাইৰ পৰা পোৱা যায় ? (From which place of Chalcolithic age it comes to know about the printing and colouring of cloths ?)
-> আহাৰ (Ahar )
11. তাম্ৰ পাষাণ কালৰ অন্নাগাৰৰ সাক্ষ্য ক'ত পোৱা গৈছে ? ( In which place of Chalcolithic age an evidence of Grainary was found ?)
-> আমৰী (Amri ) [ পাকিস্তান ( Pakistan )]
12. তাম্ৰ পাষাণ কালত বৃহৎ পৰিমাণৰ মাতৃদেৱীৰ মূৰ্তি ক'ত পোৱা গৈছে ? ( In which place of Chalcolithic age a large number of " Mother Goddess" were found ?)
-> ঝ'ব উপত্যকা (Zhob Valley) আৰু কোটদিজি ( Kot Diji )
13. ৰঙা আৰু ক'লা বৰণৰ ৰৈখিক আৰু ফুটফুটীয়া অলংকৰণ যুক্ত মাটিৰ পাত্ৰ ক'ত পোৱা গৈছে ? ( Black and Red coloured pottery with linear and dotted design is found in which place? )
-> আহাৰ ( Ahar )
14. মাটিৰ পাত্ৰৰ উৎকৃষ্ঠতাৰ বাবে কোন সংস্কৃতি জনাজাত ? ( Which culture was famous for pottery with good quality ?)
-> মালৱা সংস্কৃতি ( Malwa Culture )
15. তাম্ৰ পাষাণ কালৰ সবাতোকৈ পুৰণি সংস্কৃতি কি আছিল ? ( What was the oldest culture of Chalcolithic age ? )
-> কায়থা সংস্কৃতি ( Kaytha Culture )
16. কায়থা সংস্কৃতি কোনখন নদীৰ পাৰত আছে ? (Kaitha Culture is situated beside which river ? )
-> চম্বল নদী ( Chambal River )
17. নবদাটোলী ৰ খনন কোনে কৰিছিল ? ( Who excaveted Nsvdatoli ?)
-> হাচমুখ ধিৰাজলাল সংকালিয়া ( Hasmukh Dhirajlal Sankalia )
18. তাম্ৰ পাষাণ কালত ক'ত ৯৯% শুদ্ধ তাম পোৱা গৈছিল ? ( In which place of Chalcolithic age 99% pure Copper was found ?)
-> গনেশ্বৰ ( Ganeswar )
19. তাম্ৰ পাষাণ কালৰ এটা বাণিজ্যিক কেন্দ্ৰ আছিল ( A commercial center of Chalcolithic age -)
-> ৰাজপিপলা ( Rajpipla )
20. তাম্ৰ পাষাণ কালত কোন ঠাইত চৌকা আৰু ডাঙৰ ডাঙৰ কেঁচা মাটিৰ ঘৰ পোৱা গৈছে ? ( In which place of Chalcolithic age there were found fire stove and large houses of raw soil ?)
-> দাইমাবাদ (Daimabad )
21. জোড়ৱা সংস্কৃতিৰ মূল ঠাই সমূহ কি কি আছিল ? (Which were the main places of Jorwe Culture ?)
-> আহমদনগৰ(Ahmadnagar) ৰ - জোড়ৱে ( Jorwe ) , নেবাসা (Nebasa), দাইমাবাদ ( Daimabad ) আৰু পুনে (Pune ) ৰ - সন্দোলী ( Sandoli ) , সোনেগাঁও ( Sonegaon ), ইনামগাঁও ( Inamgaon )
22. তাম্ৰপ্ৰস্থৰ কালত মহাৰাষ্ট্ৰত মৃতকক কোন দিশত ৰখা হৈছিল ? ( During the period of Chalcolithic age dead bodies were kept in Maharashtra in which direction ?)
-> উত্তৰ - দক্ষিণ ( North - South )
23. ভাৰতবৰ্ষৰ দক্ষিণৰ ফালৰ মৃতকক কোন দিশত ৰখা হৈছিল ? (During the period of Chalcolithic age dead bodies were kept in South India in which direction ?)
-> পূৱ - পশ্চিম ( East - West )
24. মালৱা সংস্কৃতি কোন নদীৰ পাৰত অৱস্থিত আছিল ? ( Malwa culture was established on the bank of which river ?)
-> নৰ্মদা নদী ( Narmada River )
25. জোড়ৱে সংস্কৃতি কোন নদীৰ পাৰত অৱস্থিত আছিল ? ( Jorwe culture was established on the bank of which river ?)
-> গোদাবৰী নদী ( Godavari River )
0 Comments