1.সিন্ধুঘাটী সভ্যতা কেতিয়া আৱিস্কাৰ হয় ? When did the Indus Valley civilization was discovered ?
-> 1921-22
2. সিন্ধুঘাটী সভ্যতা কোন সময়ৰ ? Indus valley civilization belongs to -
-> Metal Age (ধাতু কাল)
3.সিন্ধুঘাটী সভ্যতা প্ৰথম চিনাক্ত হৈছিল ( Indus valley civilization first noticed in )
-> হৰপ্পা আৰু মহেণ্জোদাৰো ( Harappa and Mohenzodaro )
4.ক'ত ডাঙৰ শস্য ভঁৰাল পোৱা গৈছে ? Where were the large gransries found ?
->হৰপ্পা আৰু মহেঞ্জোদাৰো (Harappa and Mohenzodaro )
5.সিন্ধুঘাটী সভ্যতাৰ নগৰ যোজনাৰ মূল বৈশিষ্ট্য কি ? main skill of Indus people in town planning-
-> মাটিৰ তলত থকস নলাৰ ব্যৱস্থা ( Underground Drainage system
6. সিন্ধুঘাটী সভ্যতাৰ বন্দৰগাহ থকা চহৰ ( The port town of Indus Valley Civilization )
-> লোথাল (Lothal)
7. হৰপ্পা ক'ত অৱস্থিত ( Where is the town Harappa situated in ? )
-> বৰ্তমান পাকিস্তানৰ পঞ্জাৱত ( Punjab in Pakistan )
8. হৰপ্পা কোন নদীৰ পাৰত আছে ? (In which river bank Harappa is situated ?
-> ৰাবি নদী (Ravi River)
9.সিন্ধুঘাটী সভ্যতাৰ ক'ত সাতোৰ পুখুৰী পোৱা গৈছে ?
-> মহেঞ্জোদাৰো (Mohenzodaro)
10. সিন্ধুঘাটী সভ্যতাৰ মানুহবোৰে কোনবোৰ ধাতুৰে সা সজুলি নিৰ্মান কৰিছিল ? ( The people of Indus valley made their instruments with)
-> শিল , কপাৰ , ব্ৰঞ্জ ( Stone, copper , Bronze )
11. সিন্ধুঘাটী সভ্যতা কোন সভ্যতাৰ সমকালীন ? Indus valley civilization in parallel to which civilazation ?
-> মেচোপটেমিয়া সভ্যতা ( Mesopotemian Civilization)
12.সিন্ধুঘাটী সভ্যতা কোন কোন ঠাইলৈ বিস্তৃত ? (Indus valley civilization was spead to -)
-> পঞ্জাৱ , ৰাজস্থান, গুজৰাট , উত্তৰ প্ৰদেশ , হাৰিয়ানা , সিন্ধু , বেলুচিস্তান ( Punjab, Rajasthan, Gujarat, U.P., Haryana, Sindh , Beluchistan )
13. .সিন্ধুঘাটী সভ্যতা কোন ঠাইত ঘোঁৰাৰ অৱশেষ পোৱা গৈছে ? In which place of Indus valley civilization there is a remaining of horse ?
-> চুৰকোটাডা ( Surkotada )
14. কালিবংগান আৰু লোথাল ঠাই দুখন কোন কোন ৰাজ্যত অৱস্থিত? In which state the places Kalibangan and Lothal is situated?
-> কালিবাংগান (Kalibangan )- ৰাজস্থান (Rajasthan)
লোথাল (Lothal ) - গুজৰাট ( Gujrat )
15. হৰপ্পা কালত কোন বিধ ধাতু মুদ্ৰা নিৰ্মাণত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল ? ( Which metal was mainly used in making of coins in the period of Indus Valley Civilization?
-> Steatite
16. হৰপ্পা সভ্যতা কোন যুগৰ ( Harappa civilization is of which age ? )
-> ব্ৰঞ্জ যুগৰ ( Bronze Periond )
17. সিন্ধুঘাটী সভ্যতাৰ লোক সকলৰ মূখ্য ব্যৱসায় কি আছিল ? (What is the main business of peoples of Indus valley civilization ?)
-> বানিজ্য Treading
18. হৰপ্পা সভ্যতাৰ ঘৰ বোৰ কিহেৰে নিৰ্মিত আছিল ? ( The houses of Indus valley was made with )
-> ইটাৰ দ্বাৰা ( With Bricks)
19.হৰপ্পা কি উৎপাদনত সৰ্বোত্তম আছিল ? (Harappa was famous for production of )
-> কপাহ ( Cotton )
20.হৰপ্পা সভ্যতাৰ প্ৰথম আৱিস্কাৰ কোনে কৰিছিল? (Harappa civilization was discovered by )
-> দয়াৰাম সাহানী ( Dayaram Sahani )
21. সিন্ধুঘাটী সভ্যতাৰ প্ৰধান বন্দৰগাহ কোন ঠাইত আছিল? ( the main port of indus valley civilization was at)
-> লোথাল ( Lothal )
22. হৰপ্পাৰ লোক সকল কিমানটা শ্ৰেণীত বিভক্ত আছিল ? ( The peoples of Harappa was classified in how many classes )
-> ৪ টা শ্ৰেণী ( 4 classes ) বিদ্বান ( Scholars), যোদ্ধা ( Warrior) , বেপাৰী (Businessman) , শ্ৰমিক (Workers)
23.হৰপ্পা সভ্যতাৰ আৱিস্কাৰ কোন চনত হৈছিল? In which year Indus Valley Civilization was found?
-> 1921
24.হৰপ্পা সভ্যতাৰ সমাজ ব্যৱস্থা কেনে আছিল ? How was the social system of Indus valley civilization ?
-> উচিত সমতাবাদী ( Proper egalitarian )
25.হৰপ্পা সভ্যতাৰ ক্ষেত্ৰখনৰ অাকৃতি কেনেকুৱা আছিল ? (what was the shape of area of Harappan civilization ?)
-> ত্ৰিভূজাকাৰ ( Triangular )
26. হৰপ্পা সভ্যতাত কৃষিত হালৰ ব্যৱহাৰ ক'ৰ পৰা জনা যায় ?(From which place we understand the use of plough in Agriculture sector of Indus valley civilization )
-> কালিবাংগান (Kalibangan)
27.সিন্ধু সভ্যতাত ইটাৰ অলংকৰণ ক'ৰ পৰা বুজা যায়? (From which place we get information about decoration of bricks in Indus valley civilization?)
->কালিবাংগান (Kalibangan)
28.সিন্ধু সভ্যতাৰ মূদ্ৰাবোৰত কোন দেৱতাৰ চিত্ৰ পোৱা যায় ? (Which lord's picture is found on the coins of Indus valley civilization ? )
-> শিৱ (Shiv)
29.ৰোপড় ঠাই খন কোন ৰাজ্যত আছে ?(Ropar is situated in which state ?)
-> পঞ্জাৱ (Punjab)
30. " মৃতকৰ টিলা " বুলি কোনখন ঠাইক জনা যায় ? Which place was known as "Mounds of dead"?
-> মহেঞ্জোদাৰো (Mohenjodaro)
31.সিন্ধু সভ্যতাৰ মূদ্ৰাবোৰত কোনবিধ জন্তুৰ ছবি পোৱা গৈছে ? Which animal's pictures are found in coins of Indus Valley cicilization ?
-> বলধ (Bullock)
32.ভাৰতবৰ্ষত আৱিস্কাৰ কৰা সৰ্বপ্ৰথম চহৰ কোনখন? ( Which was the first city discovered in India ?)
-> হৰপ্পা ( Harappa )
33. মহেঞ্জোদাৰো কোনে আৱিস্কাৰ কৰে ?(Mohenjodaro was discovered by -)
-> ৰাখল দাস বেনাৰ্জী (Rakhal Das Benarjee)
34. লোথাল আৰু মহেঞ্জোদাৰো চহৰ দুখন কোন কোন নদীৰ পাৰত আছে ? ( Lothal and Mohenjodaro towns are situated on the bank of rivers- )
-> লোথাল (Lothal) - ভোগৱা নদী (Bhogwa River)
মহেঞ্জোদাৰো ( Mohenjodaro) - সিন্ধু নদী ( Indus River)
35. হৰপ্পা সভ্যতাৰ বাচন বৰ্ত্তন সমূহৰ ৰং কেনেকুৱা আছিল ( The colours of utensils of Indus valley civilization was -)
-> ৰঙা (Red)
36.সিন্ধুঘাটী সভ্যতাৰ ক'ত উন্নত " জল ব্যৱস্থাপনা প্ৰণালী " আছে ?( In which place of Indus valley civilization there is a " water management system " ?)
-> ধোলাবীৰা (Dholavira)
37.হৰপ্পা সভ্যত কোন কালৰ সভ্যতা - (Harappa civilization is of which period)
-> প্ৰট' হিষ্টৰিক কালৰ (Protohistoric Period)
38.সিন্ধু সভ্যতাৰ কোন স্থানৰ পৰা কুৱাৰ অৱশেষ পোৱা গৈছে ( From which place of Indus valley civilization a Well )
->মহেঞ্জোদাৰো (Mohenjodaro)
39.হৰপ্পাৰ সমকালীন সভ্যতা ৰংপূৰ ক'ত অৱস্থিত ? ( Rangpur , the contemporary of Indus valle civilization was in -)
-> সৌৰাষ্ট্ৰ (Sourashta)
40.হৰপ্পাৰ পূৰাতাত্বিক খননৰ লগত জড়িত ব্যক্তিজন কোন ( The man associated with archeological excavation -)
-> চাৰ জন মাৰ্শ্বাল ( Sir John Marshall)
41.সিন্ধুঘাটী সভ্যতা আৰু মেচোপটেমিয়া সভ্যতাৰ মাজত থকা ব্যৱসায়িক সম্পৰ্কৰ কথা মূদ্ৰাত অংকিত কোন জন্তুৰ ছবিৰ পৰা জনা যায় ( From which animal's picture drawn on the coins we can get information about the trade relationship between Harappa & Mesopotemia )
-> Bullock ( বলধ )
42.সিন্ধুঘাটী সভ্যতাৰ লোকসকলে কিহত বিশ্বাস কৰিছিল ( The people of Indus valley belived in )
-> মাতৃশক্তি ( Mother power)
43. নগৰ পৰিকল্পনাৰ বাবে হৰপ্পাৰ লোকে কি নীতি ব্যৱহাৰ কৰিছিল? ( What system was used by people of Harappa for Town Planning )
->গ্ৰীড পদ্ধতি ( Grid System)
44.হৰপ্পাৰ ক'ত প্ৰেমিক যুগলৰ কংকাল পোৱা গৈছে ? ( From which place of indus valley civilization a "Couple Skeleton" was excavated?)
->লোথাল (Lothal)
45. হৰপ্পা সভ্যাতাৰ সময়ত প্ৰথম উৎপাদিত কপাহক গ্ৰীক সকলে কি বুলি কৈছিল ( Greek people named Cotton which was first produced by peoples Harappa Civilization as-)
-> সিন্ডন (Sindon)
46.হৰপ্পা সভ্যতাৰ তামৰ ৰথ ক'ৰ পৰা উদ্ধাৰ হৈছে ?( From which place of indus valley Copper chariot was found ?)
->দাইমাবাদ ( Daimabad )
0 Comments