Recents in Beach

Bhagavatism in Assamese - ভাগৱত ধৰ্ম - Notes for APSC and other Assam govt job exam


-> ভাগৱত ধৰ্মৰ আৰম্ভণি শুংগ বংশৰ( Sunga Dynasty ) ৰাজত্ব কালত হৈছিল ।

-> ভাগৱত ধৰ্মই গুপ্ত বংশৰ ( Gupta dynasty ) সময়ত চূড়ান্ত পৰ্যায় পায় ।

-> ভাগৱত ধৰ্মৰ সাক্ষ্য  হেলিওডৰাছৰ গৰুড় স্তম্ভ ( Garuda pillar of Heliodorus ) পৰা পোৱা যায় ।

-> " হেলিওডৰাছ "ৰ গৰুড় স্তম্ভ ( Garuda pillar of Heliodorus ) বিদিশা( Bidisha ) [ মধ্য প্ৰদেশ ( M.P. ) ] ত অৱস্থিত ।

-> হেলিওডৰাছ ইণ্ডো - গ্ৰীক প্ৰতিনিধি ( Indo - Greek ambassador ) আছিল ।

-> হেলিওডৰাছ ( Heliodorus ) শূংগ বংশৰ ৰজা ভাগভদ্ৰৰ ( Bhagabhadra ) দিনত ভাৰতলৈ আহিছিল । 
   - তেঁও ভাগৱত ধৰ্মৰ ( Bhagvatism ) ৰ প্ৰতি আকৰ্ষিত হৈছিল । 

-> ভাগৱত ( Bhagvat ) ৰ অৰ্থ হ'ল - ইশ্বৰৰ ভক্ত ( Devotee to god )

-> চাণ্ডোগ্য উপনিষদৰ ( Chandogya Uoanishad ) পৰা প্ৰমাণ হৈছে যে ভাগৱত ধৰ্মই  ঈশ্বৰ ভক্তিৰ ওপৰত গুৰুত্ব দিছিল ।

-> বাসুদেৱক ( Vasudev ) এই ধৰ্মত দেৱাধিদেৱ ( Devdeva - Lord of Lords ) বুলিছিল ।

-> ঘোচুন্দী শিলালিপি ( Ghosundi inscription ) ভাগৱত ধৰ্মত বিশ্বাসী লোক সকলে নিৰ্মাণ কৰে ।


মেহৰোলি স্তম্ভ  : 

     চন্দ্ৰগুপ্ত দ্বিতীয় ( Chandragupta 2 ) ই উদয়গিৰি পাহাৰত ( Udaigiri Mountain ) ত লোৰ স্তম্ভ ( Iron piller ) নিৰ্মাণ কৰে । 

                -> ৰজা ইল্টুটমিচে ( King iltutmish ) ইয়াক দিল্লীলৈ আনে ।

                -> বৰ্তমান ই দিল্লীৰ মেহৰাউলিত ( Mehrauli ) থকা কুটুব কম্পলেক্স ( Qutub Complex ) ত অৱস্থিত ।


-> বাসুদেৱ ( Vasudev ) আছিল বৃষ্ণি ( Brishni ) গোটৰ অন্তৰ্গত । 

5 জন বৃষ্ণি বীৰ আছিল - 

বলৰাম ( Balram ) বা শংকৰচান ( Sankarshan ) - বাসুদেৱৰ ককায়েক ( Brother of Basudeva )

বাসুদেৱ ( Basudeva ) - বসুদেৱ আৰু দৈৱকীৰ সন্তান ( Basudev and Doivki )

প্ৰদ্যুম্ন ( Pradyumna ) - বাসুদেৱ আৰু ৰুক্মিণীৰ পুত্ৰ ( Son of Basudev and Rukmini )

সাম্ব ( Samba ) - বাসুদেৱ আৰু জাম্বৱতীৰ সন্তান ( Son of Basudeva and Jambabati )

অনিৰুদ্ধ ( Aniruddha ) - প্ৰদ্যুম্নৰ সন্তান ( Son of Pradyumna )


-> গুপ্ত কাল ( Gupta Period )শিশু কৃষ্ণৰ পূজা কৰা হৈছিল ।

ত্ৰিদেৱ ( Tridev ) :

        6AD ত ত্ৰিদেৱৰ ধাৰণাটো পৰিকল্পনা কৰা হয় আৰু সেয়া হ'ল -

               1. ব্ৰহ্মা ( Brahma ) - সৃষ্টি ( Creator )
               2. বিষ্ণু ( Bishnu ) - পালন ( Operator )
               3. মহাদেৱ ( Mahadev ) - ধ্বংস ( Destroy )


প্ৰাক বৈদিক কালৰ ত্ৰিদেৱ ( Early Vedic Tridev ) :
ইন্দ্ৰ ( Indra ) , অগ্নি ( Agni ) আৰু বৰুণ ( Varun )

উত্তৰ বৈদিক কালৰ ত্ৰিদেৱ ( Later Vedic Tridev ):
প্ৰজাপতি ( Prajapati ) , বিষ্ণু ( Vishnu ) আৰু ৰুদ্ৰ ( Rudra )


-> প্ৰথম অৱস্থাত গোবিন্দ ( Govind ) জনজাতীয় ( Tribal ) লোকৰ ভগৱান আছিল 

ভাগৱত ধৰ্মৰ সাহিত্য :

প্ৰয়াগ প্ৰশস্তি ( Prayag Prasasti ) :
               -> কবি ( Poet ) : হৰিসেন ( Harisen )
               -> সমুদ্ৰগুপ্ত ( Samudragupta ) ৰ দিনত

মান্দসোৰ প্ৰশস্তি ( Mandsaur Prasasti ) :
               -> ৰচক ( Author ) : বাসুল ( Vasul )
               -> গুপ্ত বংশৰ ( Gupta Dynasty ) ৰ  যশোধৰ্মন ( Yashodharman ) ৰ দিনত ।

অহোল প্ৰশস্তি ( Ahole Prasasti ) :
               -> ৰচক ( Author ) : ৰবিকৃতি ( Ravikriti )
               -> চালুক্য বংশৰ ( Chalukya Dynasty ) ৰ পুলকেশিন -2 ( Pulkesin 2 ) ৰ দিনত 

বৈষ্ণৱী সকলক দক্ষিণ ভাৰতত ( South India ) আলৱাৰ ( Alwar ) আৰু উত্তৰ ভাৰতত ( North India ) বৈষ্ণৱ ( Vaishnav ) বা ভাগৱত ( Bhagvat ) বোলে ।

গ্ৰীক সকলে বৈষ্ণৱ সকলক  হেৰাক্লিজ  ( Heracles ) বুলিছিল ।

Post a Comment

1 Comments

  1. This is one sport where could be} all the time an opportunity of a huge win – regardless of your skill or experience stage. That’s why so many people love this simple, classic, iconic casino sport. Turn your celebration area right into a casino with a Roulette Game! This roulette wheel options the usual black and thecasinosource.com purple numbers and features a ball. Place the green felt cover down and also you immediately have your personal gaming desk.

    ReplyDelete