-> 600 BC ৰ পিছত আমাৰ ভাৰতখন 16 খন মহাজনপদ ( Mahajanpada ) ত ভাগ হৈছিল । ইয়াৰ বিষয়ে বৌদ্ধ সাহিত্যৰ অংগুত্তৰ নিকায় ( Anguttara Nikaya ) ত উল্লেখ আছে ।
-> 16 খন মহাজনপদৰ সৰু আৰু তুলনামূলকভাৱে দুৰ্বল কেইখন সময়ত শক্তিশালী কেইখনৰ লগত চামিল হৈ শেষত 4 খনহে ৰৈছিলগৈ । সেই কেইখন আছিল -
1. বাৎস ( Vatsa ) :
-> ৰাজধানী ( Capital ) - কৌশাম্বী ( Kaushambi )-> কুৰু ( Kuru ) ৰাজবংশ ইয়ালৈ স্থানান্তৰিত হৈছিল ।
-> ইয়াৰ এজন শক্তিশালী ৰজা অাছিল - উদয়ণ ( Udayana )
-> উদয়ণৰ মৃত্যুৰ পিছত বাৎস মহাজনপদ খন অৱন্তি ( Avanti ) ৰ লগত সংলগ্ন হয় ।
2. অৱন্তি ( Avanti ) :
-> ৰাজধানী ( Capital ) - মহিশমতি ( Mahismati )-> অৱন্তিৰ প্ৰথম শাসক আছিল - হৈহয় বংশ ( Haihaya dynasty )
-> ইয়াৰ এজন গুৰুত্বপূৰ্ণ শাসক আছিল - প্ৰদ্যোত ( Pradyota ) । তেঁওক চন্দাপ্ৰদ্যোত মহাসেন ( Chandapradyota Mahasena ) বুলিও জনা যায় ।
-> তেঁও জৈন ( Jain ) ধৰ্মত বিশ্বাস কৰিছিল ।
-> অৱন্তিক শেষত মগধ ( Magadh ) ৰ সৈতে সংলগ্ন কৰা হয় ।
3. কোশল ( Koshala )
-> ৰাজধানী ( Capital ) - শ্ৰৱস্তি ( Shravasti )-> ইয়াৰ এজন গুৰুত্বপূৰ্ণ শাসক আছিল - পসেনাদি ( Pasenadi ) বা প্ৰসেনজিৎ ( Prasenjit ) । তেঁও বৌদ্ধ ধৰ্মৰ ( Buddhism ) অনুগামী আছিল ।
-> প্ৰসেনজিতৰ ভগ্নী কোশলা দেৱীক ( Kosala Devi ) মগধৰ ৰজা বিম্বিসাৰলৈ ( Bimbisara ) বিয়া দিছিল ।
-> কোশল শেষত মগধ ( Magadh ) ৰ সৈতে সংলগ্ন হয় ।
4. মগধ ( Magadh )
-> মগধৰ প্ৰতিস্থাপক (Founder) আছিল - জৰাসংঘ ( Jarasangha ) । তেঁও বৃহদ্ৰথ ( Brihadratha ) বংশৰ সদস্য আছিল ।-> ৰাজধানী ( Capital ) - ৰাজগিৰ ( Rajgir )
-> মগধ ( Magadha ) বৰ্ত্তমানৰ বিহাৰ ( Bihar ) ৰাজ্যত অৱস্থিত ।
-> সাৰুৱা ভূমি ( Fertile soil ) আৰু কৃষিৰ প্ৰতি থকা মানুহৰ উদ্যমৰ বাবে মগধ ( Magadh ) চহকী হৈ পৰে ।
মগধৰ শাসক বংশবোৰ আছিল ক্ৰমে -
a. হৰিয়ঙ্ক বংশ ( Haryanka Dynasty ) [ ষষ্ঠ শতিকা ( 6 th century BC - 513 BC ) ]
b. শিশুনাগ বংশ ( Shishunag Dynasty ) [ 413 BC - 345 BC ]
c. নন্দ বংশ ( Nanda Dynasty )
Notes:
16 খন মহাজনপদ আৰু ৰাজধানী
1. কোশল ( Kosala ) : শ্ৰৱস্তি ( Shravasti )2. মগধ ( Magadha ) : ৰাজগিৰ ( Rajgir )
3. কাশী ( Kashi ) : বেনাৰস ( Banaras )
4. কুৰু ( Kuru ) : ইন্দ্ৰপ্ৰস্থ ( Indraprastha )
5. বাৎসা ( Vatsa ) : কৌশাম্বী ( Kausambi )
6. অৱন্তি ( Avanti ) : মহিশমতি ( Mahismati )
7. গান্ধাৰ ( Gandhar ) : তক্ষশিলা ( Takshshila )
8. পাঞ্চাল ( Panchal ) : উত্তৰ পাঞ্চাল - অহিচ্ছত্ৰ ( Ahichchatra ) , দক্ষিণ পাঞ্চাল - কাম্পিল্য ( Kampilya )
9. মৎস্য ( Matsya ) : বিৰাট নগৰী ( Viratnagari )
10 . অংগ ( Anga ) : চম্পা ( Champa )
11. সুৰসেন ( Sursen ) : মথুৰা ( Mathura )
12. ৱাজ্জী ( Wajji ) : বৈশালী ( Vaishali )
13. অশ্মক ( Asmak ) : পোটালি ( Potali ) বা পোটান ( Potana )
14. কম্বৌজ ( Kambauj ) : হাতক ( Rajpur )
15. চেদি ( Chedi ) : শুক্তিমতী ( Suktimati )
16. মল্ল ( Malla ) : কুশৱতী ( Kushavati ) আৰু পাভা ( Pava )
0 Comments