-> ঋগ বৈদিক কাল ( Rigvedic age )
2. সকলোতকৈ পুৰণি বেদ কোনখন ? ( Which was the oldest Veda ? )
->ঋগ বেদ ( Rigveda )
3. গায়ত্ৰী মন্ত্ৰ কোনখন বেদৰ অন্তৰ্ভুক্ত ? ( Gayatri Mantra is included to which Veda ?)
-> ঋগ বেদ ( Rigveda )
4. ঋগবেদত কিমান সুক্ত আছে ? (Total hymns included in Rig veda -)
-> 1028
5. ঋগবেদত কিমান মণ্ডল আছে ? ( Total Mandals included in Rigveda -)
-> 10 টা ( 10 Mandals )
6. ঋগবেদৰ কোনটো মণ্ডলত " গায়ত্ৰী মন্ত্ৰ"ৰ উল্লেখ আছে ? ( In which Mandal of Rigveda Gayatri Mantra is included ?)
-> ৩ নং মণ্ডল ( 3rd Mandal )
7. ঋগবেদত কিমান মন্ত্ৰ আছে ? (Total Verses included in Rigveda -)
-> 10600
8. ঋগবেদ ক'ত ৰচনা হৈছিল ? ( In Which place Rigveda was written ?)
-> সপ্ত সৈন্ধৱ প্ৰদেশ ( Sapta Sindhu Region )
9. ঋগবৈদিক আৰ্য সকলে কিহৰ উপাষনা কৰিছিল ? ( Rigvedic Aryan worshipped -)
-> প্ৰকৃতি ( Nature )
10. বৰ্ণ ব্যৱস্থাৰ প্ৰথম বিবৰণ ক'ৰ পৰা পোৱা যায় ? ( From which source we get the first description of caste system ? )
-> ঋগবেদৰ দশম মণ্ডল ( 10 th Mandal of Rigveda).
11. গায়ত্ৰী মন্ত্ৰ কোন দেৱীৰ ওচৰত সমৰ্পিত ? ( Gayatri mantra is dedicated to which deity )
-> সাৱিত্ৰী (Sabitri )
12. ঋগ বৈদিল কালত কোন কোন দেৱ দেৱীৰ উপাসনা হৈছিল ? ( In Rigvedic period which Gods were worshiped ?)
-> ইন্দ্ৰ (Indra ), মাৰুত (Marut) , আদিতি ( Aditi ), সোম (Soma)
13. মুঠ পুৰাণৰ সংখ্যা কিমান ? ( Total no of Puranas -)
-> 18 খন
14. ভাৰতীয় সংগীতৰ উৎপত্তিৰ উৎস সম্ভৱতঃ কোনখন বেদ ? ( Origin of Indian music may be traced to which veda ? )
-> সাম বেদ ( Sam Veda )
15. সৰস্বতী নদীখনক ঋগবেদত কি বুলি উল্লেখ আছে ? ( In Rigveda the river Saraswati is called as -)
-> নদীতাৰ্ণা ( Naditarna )
16. গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰে ? (Who had written the Gayatri Mantra ?)
-> বিশ্বামিত্ৰ ( Vishwamitra )
17. ঋগবেদৰ মন্ত্ৰৰ সংগ্ৰহক কি বুলি জনা যায় ? (Collection of Hymns or mantras in Rigveda are known as )
-> সংহিতা ( Samhita )
18. আৰ্য্য সকলৰ সম্পৰ্কে কাৰ লিখনি প্ৰসিদ্ধ ? (Which writer's script is famous for description Aryan ?)
-> বাল গংগাধৰ তিলক ( Bal Gangadhar Tilak )
19. অষ্টধ্যায়ী কোনে ৰচনা কৰে ? who composed the book Astadhyai ?
-> পানিনী ( Panini )
20. পানিনী কোন আছিল ? (Who was Panini ?)
-> ভাষাবিদ আৰু ব্যাকৰণবিদ ( Linguist & Grammarian )
21. ঋগ বেদত কোনখন পৰ্বতৰ উল্লেখ আছে ? ( In Rigveda , the name of which Mountain is cited ?)
-> পৰ্বত ( Mountain ) - হিমালয় ( Himalaya ) আৰু মুজৱন্ত (Mujwant) [ হিন্দুকুশ পৰ্বত ( Hindukhush )]
22. ঋগবেদৰ কেইটা শাখা আৰু কি কি ? ( What are the two Shakha of Rigveda ?)
-> সাকাল শাখা ( Shakala Sakha) আৰু বাস্কালা ( Baskala Sakha)
23. সতপথা ব্ৰাহ্মণ কোন বেদৰ লগত জড়িত ? (Satpatha Brahmana is relatedcto which veda)
-> যজুৰ্বেদ (Yajurveda)
24. ৰজা নিৰ্বাচনৰ লগত জড়িত পৰিষদখন কি ( The assembly involved in election of king -)
-> সমিতি ( Samiti )
25. বৈদিক কালত কোনবিধ জন্তুক "অঘন্য" বোলা হৈছিল ? ( In Vedic age which animal was called as Aghanya ?)
-> গৰু ( Cow )
26. ঋগবেদত সৰ্বাধিক উল্লেখিত নদী কোনখন ? ( Which river was mostly mentioned in Rigveda?)
-> সিন্ধু নদী ( Sindhu River )
27. উপনিষদিক যুগত ৰজা অশ্বপতি ক'ৰ শাসক আছিল ? ( In Upanishadic age king Ashwapati was the ruler of )
-> কেকায়া ( Kekaya )
28. গদ্যত ৰচিত উপনিষদ কেইখনমান কি কি ? ( Upanishads written in prose are -)
-> বৃহদৰণ্যক ( Brihadaranyaka ) , চাণ্ডোগ্য ( Chandogya ), তৈত্তিৰিয়া ( Taittiriya ), আত্ৰেয় ( Aitreya ) , কৌশিতাকি ( Kaushitaki ), প্ৰশ্ন ( Prasna), মাণ্ডুক্য (Mandyukya ) , মৈত্ৰী ( Maitri )
29. অদ্ভাৰ্যুবেদ বুলি কোনখন বেদক জনা যায় ( The veda known as Adhvaryuveda is )
-> যজুৰ্বেদ ( Yajurveda )
30.দৈৱকীপুত্ৰ কৃষ্ণৰ বিষয়ে পৌৰাণিক কোন লিখনিত উল্লেখ আছে? ( In which ancient literature we found first refference about Krisna ?)
-> চাণ্ডোগ্য উপনিষদ ( Chandogya Upanishad )
31. বৈদিক কালৰ কোনখন পুথিত জ্যামিতি আৰু যজ্ঞ বেদী নিৰ্মাণৰ তথ্য পোৱা যায় ? ( In which text of Vedic age there is written about geometry and sacrificial altars ? )
-> শুল্বসুত্ৰ ( Sulbasutra )
32. ঋগবৈদিক আৰ্য সকল আৰু হৰপ্পাৰ লোকসকল একে আছিল বুলি ধাৰণা কোনে কৰিছিল ? ( Who had proposed a concept that Rigvedic Aryans and Harappans are same people ?)
-> বি. বি. লাল ( B.B. Lal )
33. বৈদিক কালত কোনটো শিল্পকৰ্ম জনপ্ৰিয় হৈছিল ? (In vedic age which craftsman was mostly celebrated ? )
-> কাঠমিস্ত্ৰী ( carpenter )
34. দহ ৰজাৰ যুদ্ধ সম্পৰ্কে ঋগবেদৰ কোন মণ্ডলত উল্লেখ আছে ? ( In which mandal of Rigveda The battle of ten kings is cited ?)
-> সপ্তম মণ্ডল ( Seventh mandal )

35. দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ তলত থকা " সত্যমেৱ জয়তে " উক্তিটো ক'ৰ পৰা লোৱা হৈছে ? ( The statement "Satyameva Jayate" written beneath the National emblem is taken from -)
-> মুণ্ডক উপনিষদ ( Mundak Upanishad )
36. সৰহ সংখ্যক ঋগবৈদিক স্ত্ৰোত কোন দেৱতাৰ ওচৰত সমৰ্পিত ? ( Most of the Rigvedic hymns are devoted to )
-> ইন্দ্ৰ ( Indra )
37. ঋগবেদৰ সৰহ সংখ্যক মন্ত্ৰ কোন দেৱতাৰ ওচৰত সমৰ্পিত ? ( Largest no of Mantras of Rigveda are belong to )
-> অগ্নি ( Agni )
38. উত্তৰ বৈদিক কালত আৰ্য্য সংস্কৃতিৰ মূল ঠাই দুখন কি কি ? ( The two main places of Aryan culture in Later Vedic Age -)
-> কুৰু আৰু পাঞ্চাল ( Kuru and Panchal )
39. কোন লিপিৰ পৰা আৰ্য্য সকলৰ ইৰাণৰ পৰা ভাৰত আগমনৰ কথা জানিব পাৰি ? ( From which inscription we can know that Aryan were came from Iran to India ? )
-> বোঘাজকৈ ( Boghazkoi )
40. ঋগবৈদিক আৰ্য্য সকলৰ " পঞ্চজনা " ৰ অন্তৰ্গত জাতি কেইটা কি কি ? ( Name the tribes
related to Rigvedic Panchajana )
-> যদু ( Yadu) , অনু ( Anu ) , পুৰু ( Puru), তুৰ্বস ( Turbasus) , দ্ৰুহ্যু ( Druhyu )
41. কোনখন বেদত সভা আৰু সমিতিক প্ৰজাপতিৰ জীয়াৰী বুলি কোৱা হৈছে ? ( In which Veda Sabha and Samitis are called as daughter of Prajapati ?
-> অথৰ্ববেদ ( Atharvabeda )
42. সবাতোকৈ সৰু আৰু সবাতোকৈ ডাঙৰ উপনিষদ কি কি ? ( What are the smallest and largest Upanishads ?)
-> সৰু ( Small ) - মাণ্ডুক্য উপনিষদ ( Mandukya Upanishad )
ডাঙৰ ( Large ) - বৃহদঅৰণ্যক উপনিষদ ( Brihadaranyak Upanishad )
43.সবাতোকৈ পুৰণি পুৰাণ কোনখন ? ( Which is the oldest Purana ? )
-> মৎস্য ( Matshya )
44. ঋগবৈদিক কালৰ যুদ্ধ দেৱতা কোন ? ( Who is the War God of Rigvedic period ?)
-> ইন্দ্ৰ ( Indra )
45. সপ্তসিন্ধু অঞ্চল বুলি কোন খিনিক কোৱা হয় ? ( Which region is called as Sapta Sindhu region? )
-> সিন্ধু , সৰস্বতী , ৰাবি, চেনাৱ , ঝেলাম , ব্যাস আৰু সতলজ নদীৰ কাষৰীয়া অঞ্চলভাগক ( The area near the river of Sindhu , Swaraswati , Ravi , Chenab , Jhelum , Beas , Sutlej )
46. উপনিষদৰ আন এটা নাম কি ? (What is the another name of Upanishad ? )
-> বেদান্ত ( Vedanta )
47. বৈদিক সমাজত প্ৰচলিত কৰ ব্যৱস্থাটো কি ? ( What is the texation system used in Vedic age ?)
-> বলি ( Bali )
48. ঋগবেদত উল্লেখ থকা কেইগৰাকীমান মহিলা ঋষিৰ নাম কি কি ? ( What were the names of women Rishi cited in Rig Veda ?)
-> অপলা ( Apala ) , লোপামুদ্ৰা ( Lopamudra )
বিশ্ববৰা ( Viswavara ) , পৌলমী ( Paulomi ) , যামি ( Yami ) , ইন্দ্ৰানী ( Indrani ) , সাৱিত্ৰী ( Sabitri )
49. বৈদিক কালৰ দুগৰাকী মহিলা বিদ্বানৰ নাম ? ( Name of two women scholar of Vedic age -)
-> গাৰ্গী ( Gargi ) , মৈত্ৰেয়ী ( Maitrayee )
50. বৈদিক লোক সকলে প্ৰথম কি ধাতুৰ প্ৰয়োগ কৰে ? ( First meta used in vedic period )
-> তাম ( Copper )
1 Comments
ভাল লাগিল
ReplyDelete