Recents in Beach

Main Aircrafts of India - Explained in Assamese for APSC and Assam govt job - ভাৰতৰ প্ৰধান যুদ্ধ বিমান

Assamese GK Notes, Assam Gk for job


ভাৰতৰ প্ৰধান যুদ্ধ বিমান (Special Aircraft of India) :


মিগ 21 ( Mig -21)

ৰাছিয়াই নিৰ্মাণ কৰা প্ৰথম ছুপাৰচ'নিক যুদ্ধ বিমান( Supersonic aircraft by Russia)
বৰ্তমান ভাৰতবৰ্ষত মিগ -21 ক মিগ -29 ( Mig -29) লৈ সলনি কৰা হৈছে ( Now Mig -21 is replaced by Mig -29)

তেজস ( HAL Tejas LCA)

->হিন্দুস্থান এৰ'নোটিকেল লিমিটেড ৰ দ্বাৰা নিৰ্মিত ( Manufactured by Hindusthan Aeronotical Ltd.)
-> এইখন এখন লঘু যুদ্ধ বিমান ( Light Combat Aircraft)  মূলত বায়ু সংঘৰ্ষৰ মুখামুখী হ'ব পৰাকৈ আৰু স্থল সেনা আৰু নৌ সেনাক সুৰক্ষা দিয়াৰ বাবে '' তেজস " ক ব্যৱহাৰ কৰা হয় । 1980 ত প্ৰথম লঘু যুদ্ধ বিমানৰ শুভাৰাম্ভ কৰা হৈছিল ।
-> আৰম্ভনিতে ইয়াক ফেল্কন বিমান (Falcon Aircraft) বুলি জনা গৈছিল ।
-> 2003 ত অটল বিহাৰী বাজপেয়ীয়ে ইয়াক তেজস নাম দিয়ে ( Atal Bihari Bajpayi named it as TEJAS in 2003)
-> 2001 ত প্ৰথম উৰণ সম্পন্ন হয় (First flew in 2001)
-> 2015 ত ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হয়
( First Included in Indian Airforce in 2015) আৰু 2016 চনৰ পৰা
-> বায়ুৰ পৰা বায়ুৰ পৰা বায়ু , বায়ুৰ পৰা মাটি অকৌ
বায়ুৰ পৰা সমূদ্ৰলৈ ই আক্ৰমণ চলাব পাৰে। (It can strikes from Air to Air, Air to Land & Air to Sea)
-> 16 কিঃমিঃ ওপৰত উৰিব পাৰে ।
-> ইয়াৰ বেগ ( Speed ) - 2205 Km/hr
-> ইয়াৰ পৰিসৰ ( Range ) - 3000 কিঃমিঃ

চুখোই - 30 এম.কে.আই ( Sukhoi - 30MKI)

   * ইয়াক ৰুছ সৈন্য বিমান নিৰ্মাতা " সুখোই " আৰু ভাৰতৰ হিন্দুস্থান এৰ'নোটিকছ লিমিটেড লগ হৈ নিৰ্মাণ কৰিছে । (Manufactured by Russian Aircraft maker Sukhoi & Hindustan Aeronautics Limited)
   * ইয়াক 2002 চনত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ( It was included in Indian air force in 2002)
   * ইয়াৰ গতিবেগ 2120 কিঃমিঃ/ ঘণ্টা ( It's speed is 2120 Km/hr)
   * ই 38,800 কিলোগ্ৰাম ওজন বহন কৰিব পাৰে ( It can carry maximum load 38,800 kg )

মিৰাজ 2000 ( Mirage 2000)

1985 ত প্ৰথম ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হয় ।(Included in Indian Air Force in 1985)
ইয়াক ভাৰতীয় বায়ু সেনাই বজ্ৰ নামাকৰণ কৰে । (Indian Air Force naed it Bajra )
1999 ৰ কাৰ্গিল যুদ্ধত ব্যৱহাৰ কৰা হৈছিল ( Used in 1999 Kargil War)

স্পেচকেট জাগুৱাৰ ( SPACECAT Jaguar)

-> ভাৰতীয় বায়ু সেনাই ইয়াৰ নাম চামশ্বেৰ ৰাখিছে ( Indian airforce named it SHAMSHER)
-> প্ৰাথমিক গ্ৰাউণ্ড এটাক" ৰ বাবে ইয়াক ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰে (Indian Air Force use it for Primary ground attack).

মিগ 29 ( Mig 29)

-> মিগ 29 ক বাজ বুলি জনা যায় ( Mig 29 is known  as BAAZ)
-> চুখোই চু- 30এম.কে.আইৰ দ্বৰে ই হ'ল দ্বিতীয় পৰ্যায়ৰ সুৰক্ষাৰ অংগ ( It is a part of second line defence like Sukhoi Su- 30MKI)
-> সৰ্বোচ্চ বেগ - 2446 কিঃমিঃ /ঘণ্টা
( Highest speed - 2446 Km/ hr)
-> পৰিসীমা - 1430 কিঃমিঃ( Range - 1430 Km)

মিগ 27 ( Mig 27)

-> 1985 ত ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হয় ।
-> ভাৰতীয় বায়ু সেনাই ইয়াক " বাহাদুৰ" নামাকৰণ কৰিছে । (Indian Air Force named it BAHADUR)
-> সৰ্বাধিক বেগ ( Speed ) - 1885 কিঃমিঃ/ ঘণ্টা
-> 4000 কেজি ( Kg ) ওজন বহন কৰিব পাৰে ।
-> কাৰ্গিল যুদ্ধৰ সময়ত মূখ্য ভূমিকা লৈছিল ।
-> 27 ডিচেম্বৰ , 2019 ত অন্তিম বাৰলৈ ভাৰতীয় বায়ু সেনাই ইয়াক উৰুৱাই ( It took it's last light in 27th Dec, 2019)

ৰাফেল ( Rafale)

 -> 4.5 শ্ৰেণীৰ যুদ্ধ বিমান ( 4.5 th generation aircraft)
-> ৰাফেল এখন পূৰ্বে যুদ্ধত ব্যৱহূত প্ৰমানিত জাহাজ । ইয়াক পোন প্ৰথমে ফ্ৰান্স বায়ু সেনাই আফঘানিস্তান , লিবিয়া আৰু মালিত সামৰিক অভিযানত ব্যৱহাৰ কৰিছিল ।
-> ইয়াত অস্ত্ৰ ৰখাৰ বাবে 14 টা খোটালি আছে ।
-> ইয়াৰ বায়ুৰ পৰা বায়ুলৈ ( Air to Air ) নিক্ষেপ কৰিব পৰা " মেটেওৰ " মিচাইল ( Meteor Missile ) আছে । ইয়াৰ দৃশ্যমান পৰিসৰতকৈ দূৰত্ব ( BVR - Beyond Visulal Range ) 100 কিঃমিঃ
-> ৰাফেলৰ আন এটা মিচাইল হ'ল বায়ুৰ পৰা ভূ-পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা SCALP মিচাইল । ইয়াৰ পৰিসৰ ( Range ) -> 300 কিঃমিঃৰ ওপৰত
-> ৰাফেলৰ MICA মিচাইলে নিকট দূৰত্বত থকা শত্ৰু পক্ষৰ সৈতে বায়ু যুদ্ধ ( Close - quarter dogfights ) আৰু দৃশ্যমান পৰিসৰতকৈ অধিক ( BVR - Beyond Visual Range ) দূৰত্ব অতিক্ৰম কৰিব পৰে ।
-> ৰাফেলত থকা আন এটা বায়ুৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপণ কৰিব পৰা মিচাইল হ'ল HAMMER ( Highly Agile  Manoeuvrable Mountain Extended Range ) । ইয়াক 70 কিঃমিঃ পৰিসৰত থকা শত্ৰুপক্ষৰ বাংকাৰ আদিৰ দ্বৰে কঠিন লক্ষ্যলৈ নিক্ষেপ কৰিব পাৰি ।
-> ইয়াৰ বেগ - 1389 কিঃমিঃ/ঘণ্টা যি শব্দৰ বেগতকৈ দুগুণ ।
-> ৰাফেলৰ পৰিসৰ - 3700 কিঃমিঃ
-> 50000 ফুট ( Feet ) উচ্চতাত উৰিব পাৰে ।

Post a Comment

0 Comments