Recents in Beach

First in Assam ~ First assamese men ~ প্ৰথম অসমীয়া পুৰুষ ~ GK in Assamese and english

প্ৰথম অসমীয়া পুৰুষ ( First Assamese )

1. প্ৰথম অসমীয়া স্নাতক ( First Graduate of Assam ) -> আনন্দৰাম বৰুৱা ( Anandaram Baruah )

2. প্ৰথম অসমীয়া চাহ খেতিয়ক ( First tea farmer of Assam ) -> জগন্নাথ বৰুৱা ( Jagannath Baruah )

3. কুমেৰুত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বিজ্ঞানী ( First assamese scientist entered in South Pole ) -> ৰাঘৱ চন্দ্ৰ ডেকা ( Raghav Chandra deka ) 

4. প্ৰথম অসমীয়া জাতীয় কংগ্ৰেছৰ সভাপতি ( President of National Congress) -> দেৱকান্ত বৰুৱা ( Devakanta Baruah )

5. প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক ( Executive Director of Reserve Bank of India) -> গনেশ ফুকন (Ganesh Phukan)

6. প্ৰথম অসমীয়া ভাৰতীয় অসামৰিক সেৱা বিষয়া ( First Assamese ICS) -আনন্দৰাম বৰুৱা ( Anandaram Baruah )

7. বিদেশলৈ পঢ়িব যোৱা প্ৰথম অসমীয়া ( First Assamese to go to foreign for study ) -> আনন্দৰাম ঢেকিয়াল ফুকন ( Anandaram Dhekiyal Phukan )

8. বিদেশত ইঞ্জিনিয়াৰিং পাছ কৰা প্ৰথম অসমীয়া ( First Assamese who had passed Engineering in foreign country ) -> বলিনাৰায়ণ বৰা ( Balinarayan Borah )

9. এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া ( First gold madelist in Asian Games) -> ভোগেশ্বৰ বৰুৱা ( Bhogeswar Baruah )

10. প্ৰথম অসমীয়া ছলছিত্ৰ নিৰ্মাতা ( First Assamese Film Maker ) -> জ্যোতিপ্ৰসাদ আগৰৱালা ( Jyoti Prashad Agarwala )

11. প্ৰথম অসমীয়া ডক্টৰেট ( First doctorate of Assam ) -> ময়িদুল ইচলাম বৰা ( Moidul Islam Borah )

12.  প্ৰথম অসমীয়া আইন বিষয়ত ডক্তৰেট ( First doctorate in Law ) -> ডক্টৰ জগদীশ মেধি ( Dr. Jagadish Medhi )

13. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য্য ( First assamese Vice-Chancellor of Guwahati University ) -> কৃষ্ণকান্ত সন্দিকৈ ( Krishnakanta Handique )

14. অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ( First Assamese Vice Chancellor of University outside Assam ) -> শৰৎ কুমাৰ দত্ত ( Sarat Kumar Dutta )

15. প্ৰথম অসমীয়া বুৰঞ্জী লিখক ( First Assamese History writer ) -> হলিৰাম ফুকন ( Haliram Phukan )

16. " ভাৰতৰত্ন " পোৱা প্ৰথম অসমীয়া ( First Assamese to get Bharatratna Award ) -> গোপীনাথ বৰদলৈ ( Gopinath Bardoloi )

17. প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী ( First assamese Chief minister ) -> গোপীনাথ বৰদলৈ ( Gopinath Bordoloi )

18. প্ৰথম অসমীয়া ৰাজ্যপাল ( First Assamese Governor ) -> বিষ্ণুৰাম মেধি ( Bishnuram Medhi )

19. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ( First Assamese President ) -> ফকৰুদ্দিন আলী আহমেদ ( Fakaruddhi Ali Ahmed )

20. প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ( First Assamese judge of High Court ) -> হলিৰাম ডেকা ( Haliram Deka )

21. প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ( First Assamese judge of Supreme Court ) -> পাৰ্বতী কুমাৰ গোস্বামী ( Parbati Kumar Goswami )

22. ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ উপমন্ত্ৰী হোৱা প্ৰথম অসমীয়া ( Firrst assamese to become vice minister of Union Council of Minister of India ) 
-> সুেৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ( Surendra Nath Burhagohain )

23. ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ পূৰ্ন পৰ্য্যায়ৰ মন্ত্ৰী হোৱা প্ৰথম অসমীয়া ( Firrst assamese to become ful - fledged minister of Union Council of Minister of India )

24. দাদা চাহেব ফাল্কে বটা পোৱা প্ৰথম অসমীয়া ( First Assamese to get Dada saheb Phalke Award )
-> ভূপেন হাজৰিকা ( Bhupen Hazarika )

25. এছিয়ান গেমছত স্বৰ্ণ পদক পৱা প্ৰথম অসমীয়া ( First assamese to get Gold Madel in Asian Games )
-> ভোগেশ্বৰ বৰুৱা ( Bhogeswar Barush )

26. প্ৰথম অসমীয়া আই. চি. এছ (  First assamese ICS ) -> আনন্দৰাম বৰুৱা ( Anandaram Baruah )

27. প্ৰথম অসমীয়া অভিধান ৰচক ( First Assamese dictionary writer ) -> যদুৰাম ডেকা বৰুৱা ( Jaduram Deka Baruah )

28. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি ( First President of Assam Sahitya Sabha ) -> পদ্মনাথ গোহাঁই বৰুৱা ( Padmanath Gohain Baruah )

29. প্ৰথম অসমীয়া গদ্য লিখক ( First assamese prose writer ) -> ভট্টদেৱ ( Bhattadev )

30. কাজাখস্তানৰ প্ৰেচিডেন্ট কাপ বক্সিঙত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া তথা ভাৰতীয় ( First Assamese to win President Cub Boxing of Kajakhstan )
-> শিৱ থাপা ( Shiv Thapa )

Post a Comment

2 Comments

  1. Since it's a draw recreation, you're be} given one opportunity to improve your hand. This is done by allowing you to discard from one, up to as} all five playing cards out of 바카라사이트 your authentic hand. Each video poker recreation has nuances in strategy, so bone up on the game you’d like to strive with an app.

    ReplyDelete