Recents in Beach

Stone Age ~ Ancient Indian History in Assamese & English ~ Stone Age in Assamese


1. পাষাণ যুগৰ সামগ্ৰীৰ আৱিস্কাৰক কোন আছিল ? who discovered tools of Paleolithic age ?
-> ৰবাৰ্ট ব্ৰুচ ফুট (Robert Bruce Foote)

2. ৰবাৰ্ট ব্ৰুচ ফুট কি আছিল ( Robert Bruce Foote was a)
-> ভূতত্ববিদ আৰু পুৰাতত্ত্ববিদ ( Geologist & Archeologist ) 

3. ঘৰচীয়াভাৱে পশুপালন কোন কালৰ পৰা আৰম্ভ হয় ? ( domestication of animals was started in which age? )
-> মধ্যপ্ৰস্তৰ যুগ ( Mesolithic age)

4. শস্যৰ খেতি কৰা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ( Cultivation of cereals was started in)
->নৱপ্ৰস্থৰ যুগ (Neolithic age )

5. ভাৰতত প্ৰথম মানুহৰ সাক্ষক'ত পোৱা গৈছে ? The first evidence of Human in India was found in 
-> নৰ্মদা উপত্যকা ( Narmada Valley )

6.পোন প্ৰথম জুইৰ ব্যৱহাৰ কেতিয়া আৰম্ভ হয় ? ( The uses of fire started in was started in)
-> মধ্য প্ৰস্থৰ যুগ ( Mesolithic age)

7. মধ্য প্ৰস্থৰ যুগৰ লোক সকল কি শক্তিৰ ওপৰত বিশ্বাসী আছিল ? ( The peoples of Mesolithic age believed in which power ? )
-> প্ৰাকৃতিক শক্তি ( Natural Power)

8. কপাহ আৰু উলৰ ব্যৱহাৰ কোন সময়ত হৈছিল ? (The use of cotton and woolen cloths started in )
-> নৱপ্ৰস্থৰ যুগ ( neolithic age)

9. প্ৰত্ন প্ৰস্থৰ যুগত প্ৰধান আহাৰ কি আছিল ? (Main food items of Paleolithic Age )
-> ফলমূল ( Fruits ) 

10. মিহি শিলৰ আহিলা কোন সময়ত আৱিস্কাৰ হয় ? ( In which age Polished stone tools were used?)
-> নৱ প্ৰস্থৰ যুগ ( Neolithic age )

11. মাটিৰ তলৰ আৱাস গৃহ অৰ্থাৎ সুৰংগ গৃহ ক'ত পোৱা গৈছ ? ( Pit house were found in -)
-> বুৰ্জাহোম (Burzahom ) [ কাশ্মীৰ (Kashmir) ]

12. এটা কবৰৰ পৰাই তিনিটা মানৱ কংকাল ক'ত পোৱা গৈছে ? ( In which place three human skeleton were found in one grave ? )
-> দমদমা (Damdama) [ উত্তৰ প্ৰদেশ (U.P.)]

13. প্ৰাচীনতম জুপুৰীৰ সাক্ষ্য ক'ত পোৱা গৈছে ? (The evidence of oldest Hut found in which place of India ? )
-> পেচৰা (Pesra) [ বিহাৰ ( Bihar)]

14. দঃ ভাৰতৰ প্ৰাক ঐতিহাসিক চিত্ৰৰ বাবে বিখ্যাত ঠাই ( Place of South India which is famous for painting)
-> বেলেৰী ( Bellary ) , সংগনকাল্লু (Sangankallu) [ কৰ্ণাটক (Karnatak) ]

15. প্ৰাচীনতম ঘৰুৱাভাৱে চাউল উৎপাদনৰ সাক্ষ্য কোনখন ঠাইত পোৱা গৈছে ? (Oldest evidence for domestication of Rice found in )
->কোল্ডিহৱা (Koldihwa) [ উত্তৰ প্ৰদেশ (U.P.)]

16.প্ৰস্থৰ যুগৰ হস্তনিৰ্মিত কলহ ক'ত পোৱা গৈছে ? (In which place of Stone age a hand made pottery is found?)
-> গোলবাই সাসন ( Golbai sasan ) [ ওড়িষ্যা ( Odisha) ]

17. বিন্ধ্য পৰ্বতৰ কোন শিলাখণ্ডৰ পৰা বহু পৰিমাণৰ মানৱ কংকাল পোৱা গৈছে ? ( In which rock shelter of vindhyas large numbers of human skeleton have been found ? )
-> লেখাহিয়া ( Lekhahia ) , মিৰ্জাপুৰ (Mirzapur) [ উত্তৰ প্ৰদেশ (U.P.)]

18. কোনখন ঠাইৰ সংস্কৃতি নৱপ্ৰস্থৰ যুগৰ লগতে তাম্ৰ তথা লৌহ কালৰ লগত মিলে ? (In which place's culture resembles to culture of Copper and Iron Age ?) 
-> কোল্ডিহৱা (Koldihwa) [ উত্তৰ প্ৰদেশ (U.P.)]

19.কোনখন ঠাইত মাতৃদেৱীৰ মূৰ্তি পোৱা গৈছে ? ( From which place statue of "Mother Goddess" is excavated?)
-> লোহান্দা নালা ( Lohanda Nala ) , বেলন উপত্যকা ( Belan Valley ) [ উত্তৰ প্ৰদেশ (U.P.)]

20. "নৱপ্ৰস্থৰ ক্ৰান্তি" কোনে নামাকৰণ কৰে ? (Who used the term " Neolithic Revolution" ?)
-> ভি গৰ্ডন চিল্ড (V Gordon Childe )

21. ভাৰতীয় প্ৰাক্ - ইতিহাসৰ পিতৃ বুলি কাক কোৱা হয় ? (Who is known as father of Indian Pre- History ?)
-> ৰবাৰ্ট ব্ৰুচ ফুট (Robert Bruce Foote)

22.মধ্য প্ৰস্থৰ যুগত কোন স্থানৰ পৰা হাড়ৰ সমগ্ৰী পোৱা গৈছে ? (From which place of Mesolithic age the tools of bones were found ?)
-> মহাদাহা (Mahadaha) [ উত্তৰ প্ৰদেশ ( U.P. )]

23. মধ্য প্ৰস্থৰ কালত পশুপালনৰ প্ৰমাণ কোন স্থানত পোৱা গৈছে ? ( From which place of Mesolithic age the proof of Agriculture were found?)
-> বাগোৰ আদমগড় (Adamgarh)

24. ভীমবেটকা কিহৰ বাবে বিখ্যাত ? ( Bhimbetka is famous for -)
-> গুহাৰ ভিতৰৰ শৈলচিত্ৰ ( It was famous for Rock Shelter )

25. ভীমবেটকা কোন ৰাজ্যত অৱস্থিত ( Bhimbetka is sitiated in )
-> মধ্য প্ৰদেশ (Madhya Pradesh)

26. ভাৰতীয় উপমহাদেশত কৃষিৰ প্ৰাচীনতম সাক্ষ্য ক'ৰ পৰা পোৱা গৈছে ( From which place of Indian subcontinent we found the oldest evidence of Agriculture ? )
-> 1. লাহুৰাদেৱ (Lahuradev ) 2. মেহেৰগড় ( Mehergarh ) [ Option ত দুইটা থাকিলে প্ৰথমটো হ'ব ]

27. ভাৰতীয় উপমহাদ্বীপৰ কোন ঠাইৰ পৰা প্ৰাচীনতম স্থায়ী জীৱনৰ সাক্ষ্য পোৱা গৈছে ? (From which place of Indian subcontinent we found the oldest evidence of well settled life ? )
-> মেহেৰগড় ( Mehergarh )

28. কোন খন ঠাইত প্ৰস্থৰ যুগৰ পৰা আদি কৰি হৰপ্পা সংস্কৃতিৰ সাক্ষ্য পোৱা যায় ? (In which place we found the culture of both the Stone Age and Indus valley civilization ?)
->মেহেৰগড় ( Mehergarh )

29. ভাৰতীয় পূৰাতত্ত্বৰ জনক বুলি কাক কয় ? ( Who is known as Father of Indian Archeology ?)
-> আলেকজেণ্ডাৰ কানিংহাম ( Alexander Cunningham )

30. কোন ঠাইৰ পৰা মানুহৰ সৈতে কুকুৰক কবৰ দিয়াৰ প্ৰমাণ পোৱা গৈছে ? ( From which place we found an evidence of burying dogs with deadbody of human ?)
-> বুৰ্জাহোম ( Burzahom ) [ কাশ্মীৰ (Kashmir) ]


Post a Comment

0 Comments