Recents in Beach

Khen Dynasty - explained in Assamese for APSC and other job exam


 খেন বংশ (Khen Dynasty) : 

-> নীলধ্বজ (Niladhvaj) নামৰ এজন ব্যক্তিয়ে ভূঞাঁ সকলৰ মাজত থকা কন্দল সমূহ আতৰাই , তেঁওলোকক একেলগে সামৰি জন্ম দিছিল খেন বংশৰ (Khen Dynasty) । 

-> নিলধ্বজৰ পৰৱৰ্ত্তী দুজন শাসক আছিল - 

          1. চক্ৰধ্বজ (Chakradhwaj) 
          2. নীলাম্বৰ (Nilambar)

-> সেই সময়ত বংগৰ নৱাব আছিল - আলাউদ্দিন হুছেইন শ্বাহ (Alauddin Hussain Shah) । তেঁও বংগৰ হেৰুওৱা ঠাই সমূহ নিজৰ অধীনলৈ ঘুৰাই অনাৰ বাবে কমতাপুৰত আক্ৰমণ কৰে । 

-> হুচেইন শ্বাহে নীলাম্বৰক বন্দী কৰি গৌড়লৈ লৈ যায়  আৰু হাজোলৈকে কামৰূপৰ অংশ বংগৰ অন্তৰ্ভুক্ত কৰে । 

-> আলাউদ্দিন হুছেইন শ্বাহ (Alauddin Hussain Shah) ৰ জেনেৰেল গিয়াছুদ্দিনে (Ghiyasuddin) হাজোৰ পোৱামক্কা দৰগাহ নিৰ্মাণ কৰিছিল বুলি জনা যায় । 

-> নীলাম্বৰক বন্দী কৰাৰ পিছত কমতাপুৰত আকৌ কিছু দিনৰ বাবে ভূঞাঁ সকলৰ শাসন চলে । 


Post a Comment

0 Comments