শুংগ বংশ (Sunga Dynasty) :
পুষ্যমিত্ৰ শুংগ (Pushyamitra Sunga) :
-> মৌৰ্য বংশ (Maurya Dynasty) ৰ শেষৰজন শাসক বৃহদ্ৰথৰ (Brihadratha) দিনত পুষ্যমিত্ৰ শুংগ (Pushyamitra Sunga) আছিল ব্ৰাহ্মণ ফৈদৰ মুখীয়াল (Brahmin Army chief) । পুষ্যমিত্ৰ শুংগই বৃহদ্ৰথক হত্যা কৰি ৰজা হয় ।-> পুষ্যমিত্ৰ শুংগৰ দিনত শুংগ বংশৰ ৰাজধানী (Capital) আছিল - পাটলিপুত্ৰ (Pataliputra)
-> সেই সময়ত দুজন গ্ৰীক (Greek) ৰজাই আক্ৰমণ কৰে । সেই দুজন আছিল - মিনান্দৰ (Meanander) আৰু ডেমেট্ৰিয়াছ (Demetrius)
-> সেই সময়তে কলিংগৰ (Kalinga) ৰজা খাৰভেলে (Kharvela) ও ৰাজ্য আক্ৰমণ কৰে ।
-> পুষ্যমিত্ৰ শুংগই সাঁচী (Sanchi) আৰু ভৰ্হুত (Bharhut) ত স্তুপ নিৰ্মাণ কৰে ।
-> সাঁচীত শিলৰ প্ৰৱেশদ্বাৰ (Stone Gateway) নিৰ্মাণ কৰে ।
-> তেঁওৰ সময়ৰ এজন জনপ্ৰিয় সংস্কৃত ব্যাকৰণবিদ আছিল - পতঞ্জলি (Patanjali)
-> তেঁও দুখন অস্বমেধ যজ্ঞ (Ashwamedha Yagya) কৰিছিল ।
অগ্নিমিত্ৰ (Agnimitra) :
-> অগ্নিমিত্ৰ পুষ্যমিত্ৰৰ পুত্ৰ ।-> কালিদাস (Kalidasa) ৰ এখন কিতাপ মালবিকা অগ্নিমিত্ৰ (Malvika Agnimitra) ৰ নায়ক আছিল অগ্নিমিত্ৰ ।
-> অগ্নিমিত্ৰৰ পিছত তেঁওৰ পুত্ৰ বাসুমিত্ৰ (Vasumitra) ৰজা হয় ।
-> বাসুমিত্ৰৰ পিছৰ ৰজা সমূহৰ বিষয়ে জনা নাযায় ।
-> শুংগ বংশৰ অন্তিম গৰাকী শাসক আছিল - দেৱাহুতি (Devahuti)
-> এই দেৱাহুতিক হত্যা কৰে তেঁওৰে ৰাজসভাৰ মন্ত্ৰী - বাসুদেৱ কানৱাই (Vasudeva Kanva) আৰু কানৱা বংশৰ (Kanva Dynasty) প্ৰতিষ্ঠা কৰে ।
কানৱা বংশ (Kanva Dynasty) :
-> এই বংশৰ প্ৰতিষ্ঠাতা আছিল - বাসুদেৱ কানৱা (Vasudeva Kanva)-> ৰাজধানী (Capital) আছিল - বিদিশা (Vidisha)
-> কানৱা বংশৰ গুৰুত্বপূৰ্ণ শাসক সকল আছিল -
1. বাসুদেৱ (Vasudeva)
2. ভূমিমিত্ৰ (Bhumimitra)
3. নাৰায়ণ (Narayan)
4. সুশৰ্মা (Shusarma)
-> কানৱা বংশৰ শেষৰ জন শাসক সুশৰ্মাক হত্যা কৰি সিমুকে (Simuka) সাতবাহন বংশৰ (Satvahana Dynasty) প্ৰতিষ্ঠা কৰে ।
0 Comments