অসমৰ ভৌগলিক অৱস্থান : (Geographical Location of Assam )
-> অক্ষাংশ (Latitude) : 24-28 ডিগ্ৰী উত্তৰ (Degree North)
-> দ্ৰাঘিমাংশ (Longitude) : 89-97 ডিগ্ৰী পূৱ (Degree East )
-> অসমৰ মুঠ মাটি কালি (Total Area of Assam) : 78,523 বৰ্গ কি:মি: (Sq KM)
অসমৰ চাৰিসীমা (The boundaries of Assam):
উত্তৰ (North) : অৰুণাচল প্ৰদেশ (Arunachal Pradesh ) , ভূটান (Bhutan)
পশ্চিম (West) : মেঘালয় (Meghalaya) , বাংলাদেশ (Bangladesh) , পশ্চিম বংগ (West Bengal)
দক্ষিণ (South) : মিজোৰাম (Mizoram) , ত্ৰিপুৰা (Tripura)
পুৱ (East) : অৰুণাচল প্ৰদেশ (Arunachal Pradesh) , নাগালেণ্ড (Nagaland) , মণিপুৰ (Manipur)
-> অসম, মেঘালয় , নাগালেণ্ড , মণিপুৰ , মিজোৰাম , ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ - এই সাতখন ৰাজ্যক একেলগে সাত ভণী ৰাজ্য (Seven sisters state) বুলি কোৱা হয় ।
-> অসম আৰু সীমান্তৱৰ্ত্তী ৰাজ্য সমূহৰ মুঠ চাৰিসীমা (boundaries) ৰ দৈৰ্ঘ্য - 2741.3 কি.মি. (Km)
-> অসম আৰু চুবুৰীয়া ৰাজ্য সমূহৰ ভিতৰত :
1. দীৰ্ঘতম চাৰিসীমা (Longest boundary) :
অসম - মেঘালয় - 884.9 কি.মি
2. হ্ৰস্বতম চাৰিসীমা (Shortest boundary)
অসম - ত্ৰিপুৰা - 46 কি.মি.
-> কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰে অসমক দুটা উপত্যকা (Valley) ত ভাগ কৰিছে -
উত্তৰে (North) - ব্ৰহ্মপুত্ৰ উপত্যকা
(Brahmaputra Valley)
দক্ষিণে (South) - বৰাক উপত্যকা (Barak Valley)
-> ব্ৰহ্মপুত্ৰ উপত্যকা ত মুঠ - 30 খন জিলা আছে ।
ইয়াৰ বড়োলেণ্ড স্বায়ত্ত-শাসিত অঞ্চলৰ (BTAD) জিলা কেইখন হ'ল -
1. কোকৰাঝাৰ (Kokrajhar)
2. চিৰাং (Chirang)
3. বাক্সা (Bagsa)
4. ওদালগুৰি (Udalguri)
তাৰোপৰি এই 30 খন জিলাৰ নতুনকৈ স্বিকৃতি পোৱা 6 খন জিলা কেইখন হ'ল -
1. বিশ্বনাথ (Bishwanath)
2. চৰাইদেউ (Charaideo)
3. হোজাই (Hojai)
4. মাজুলী (Majuli)
5. দক্ষিণ শালমাৰা - মানকাছাৰ
(South Salmara-Manchachar)
6. পশ্চিম কাৰ্বি আংলং
(West Karbi Anglong)
-> বৰাক উপত্যকাত 3 খন জিলা আছে -
1. কাছাৰ (Cachar)
2. কৰিমগঞ্জ (Karimganj)
3. হাইলাকান্দি (Hailakandi)
0 Comments