1. শেহতীয়াকৈ কোনখন ৰাজ্যই বিধান পৰিষদ (Legislative Council) গঠনৰ সিদ্ধান্ত লৈছে - পশ্চিম বংগ (West Bengal)
2. শেহতীয়াকৈ ICMR য়ে কোৰণা সংক্ৰমিত লোকৰ বাবে ব্যৱহূত কোনটো চিকিৎসা প্ৰণালী বন্ধ কৰিছে - প্লাজমা থেৰাপী (Plasma Therapy)
3. কোনখন উচ্চ ন্যায়ালয়ে (High court) প্ৰথম বিচাৰ প্ৰক্ৰিয়াৰ চলন্ত সম্প্ৰচাৰ (Live stream) ৰ ব্যৱস্থা কৰে - গুজৰাট (Gujrat)
4. শেহতীয়াকৈ খেলো ইণ্ডিয়া খেল বিদ্যালয় (Sports School) ক'ত স্থাপন কৰা হৈছে - শ্বিলং (Shillong) ইয়াৰ নাম অসম ৰাইফলছ পাব্লিক স্কুল (Assam Rifles Public School)
5. ভাৰতৰ প্ৰথমখন খেল বিশ্ববিদ্যালয় (Sports University) ক'ত আছে - মনিপুৰ (Manipur)
6. ভাৰ্চুৱেল ক'ৰ্টৰ (Virtual Court) জড়িয়তে শুনানি প্ৰক্ৰিয়া কোনখন ৰাজ্যত আৰম্ভ হৈছে - উত্তৰ প্ৰদেশ (Uttar Pradesh)
7. বিশ্বৰ কোনখন দেশে পোন প্ৰথমবাৰৰ বাবে হাস্পতাল ট্ৰেইনৰ ব্যৱস্থা আৰম্ভ কৰিছে - ভাৰত (India) . ইয়াৰ নাম হ'ল - লাইফ লাইন এক্সপ্ৰেছ (Life Line Express)
8. ভাৰতৰ প্ৰথম টায়াৰ পাৰ্ক (Tyre Park) - পশ্চিম বংগ (West Bengal)
9. ভাৰতৰ প্ৰথম সামুদ্ৰিক বিমান (Sea Plane) সেৱা - আহমেদাবাদ (Ahmadabad)
10. ভাৰতৰ প্ৰথম সৌৰ শক্তি (Solar Energy) চালিত মিনি ট্ৰেইন (Mini train) ক'ত আৰম্ভ কৰা হৈছে - কেৰেলা (Kerala)
0 Comments